ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে পৰিস্কাৰ চহৰ জাপানৰ ৰাজধানী টকিঅ’৷ বিশ্বৰ শ শ চহৰৰ ভিতৰত পৰিস্কাৰ চহৰ হিচাপে পৰিগণিত হয় টকিঅ’৷ দ’ ইক’ন’মিষ্ট ইন্টেলিজেন্স ইউনিটে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০১৭ চনৰ জাপানৰ ৰাজধানী টকিঅ’ক পৃথিৱীৰ সকলোতকৈ পৰিষ্কাৰ চহৰ হিচাবে উল্লেখ কৰিছে৷
তাৰ বিপৰীতে পাকিস্তানৰ কৰাচী চহৰ পৰিষ্কাৰৰ ক্ষেত্ৰত সকলোতকৈ নিম্ন স্থান দখল কৰিছে৷ টকিঅৰ পিছতে পৰিষ্কাৰৰ ক্ষেত্ৰত স্থান দখল কৰিছে ক্ৰমে চিংগাপুৰ, ওচাকাই (জাপান)। পৰিষ্কাৰ ক্ষেত্ৰত ভাৰতৰ কেৱল মাত্ৰ দুখন চহৰেহে স্থান পাইছে।