Home ৰাজ্যঅসমত আছে হাতী খোৱা মানুহ

অসমত আছে হাতী খোৱা মানুহ

by News Desk
102 views
A+A-
Reset

গৌৰীসাগৰঃ অসমত মুলুকত আছে হাতী খোৱা মানুহ৷ হয়, এই কথা হজম কৰিব নোৱাৰি যদিও চিৰন্তন সত্য বুলি আপুনি মই ধৰি লব পাৰো৷ একৈশ শতিকাত বনৰীয়া হাতীৰ মাংস ভক্ষণ কৰিবলৈ তথা এটুকুৰা হাতীৰ মঙহৰ বাবে হেতা-ওপৰা লাগিল ঐতিহ্যমণ্ডিত শিৱসাগৰত৷ জিলা খনৰ নিতাইপুখুৰী থানাৰ অন্তৰ্গত ডিমৌ দলপা থানঘৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা৷

দলপাত আছে একাংশ হাতী খোৱা মানুহ৷ হয়তো একাংশ লোকে ইতিমধ্যে ভক্ষণো কৰিলে হাতীৰ মঙহ৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা দলপাৰ খেতি পথাৰত প্ৰবেশ কৰিছিল এটি হাতীৰ জাকে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰাৰ দৰে দেওবাৰে নিশা দলপাত প্ৰবেশ কৰি খেতি পথাৰ তহিলং কৰিব ধৰে৷ একাংশ লোকে হাতীৰ জাকটোক খেদাৰ চেষ্টা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0