58
বঢ়মপুৰঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত বিগত কেইবাদিনো ধৰি চোৰে লুটপাত চলায় আহিছে৷ ফুট গধুলিতে বিভিন্ন স্থানত চোৰ সোমাই আ-অলংকাৰৰ লগতে টকা পইচা লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, দেওবাৰে নিশা পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ এখন ব্যৱসায় প্ৰতিষ্ঠান চোৰে লুটিলৈ যায়৷