Home ৰাজ্যডাইনী কাণ্ড, দুই সন্তান সহ পৰিয়ালক এঘৰীয়া কৰি বাধ্য কৰিলে গাঁও এৰিবলৈ

ডাইনী কাণ্ড, দুই সন্তান সহ পৰিয়ালক এঘৰীয়া কৰি বাধ্য কৰিলে গাঁও এৰিবলৈ

by News Desk
51 views
A+A-
Reset

কোকৰাঝাৰঃ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ড আকৌ সংঘটিত হ’ল এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷

একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত এহাল দম্পত্তিক নিৰ্যাতন চলাই নিজ গাঁৱৰ পৰা খেদি পঠিওৱা ঘটনা পোহৰলৈ অহাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ নায়েকগাঁৱৰ ডাৱৰগাঁও নিৱাসী দীপু ব্ৰহ্মই গাঁওবাসীৰ নিৰ্যাতনৰ পৰিণতিতে পত্নী আৰু সন্তান সহিতে একমাত্ৰ প্ৰাণৰ মমতাত এবছুৰ কাৰ্যালয়ত আশ্ৰয় লবলগীয়া হোৱা ঘটনাই সভ্য সমাজৰ আচল স্বৰূপ উদঙাই দিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0