Home ৰাজ্যকালাইন-শিলচৰ পথ মেৰামতিৰ দাবীত কাছাৰ ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

কালাইন-শিলচৰ পথ মেৰামতিৰ দাবীত কাছাৰ ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

by News Desk
55 views
A+A-
Reset

কাছাৰঃ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল কাছাৰ জিলাৰ কালাইন৷ কাটিগড়া সমষ্টিৰ কালাইন ব্লক কংগ্ৰেছ সমিতিয়ে পথ মেৰামতিৰ দাবীত মঙলবাৰে কালাইন-শিলচৰ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ১২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷

দীৰ্ঘদিনৰ পৰা পথটো কদৰ্যময় হৈ পৰাত মেৰামতি কৰাৰ বাবে আবেদন জনোৱাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় কংগ্ৰেছে৷ কংগ্ৰেছে কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল বুলি কয়৷ যাৰ ফলত মঙলবাৰে পুৱাৰে পৰা বিয়লি পাঁচ বজালৈকে পথ অৱৰোধ কৰে কংগ্ৰেছে৷ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ব্যৰ্থ মন্ত্ৰীৰূপে অভিহিত কৰি পদত্যাগৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0