Home ৰাজ্যচাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাসৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাসৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

by News Desk
84 views
A+A-
Reset

গুৱাহাটীঃ অসমীয়া সমাজ জীৱনৰ গোষ্ঠীদ্বন্দ, সাম্প্ৰদায়িকতাবাদ আদিয়ে অস্থিৰ কৰি তোলাৰ সময়তে অসমৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যোৱাটো বছৰত “চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাস” গঠন হয়৷ চাওলুং ছ্যু-কা-ফাৰ প্ৰগতিশীল সমন্বয়ৰ আদৰ্শত গঠিত হৈছিল এই ন্যাস৷

এইবেলি ন্যাসৰ উদ্যোগত “সদৌ অসম ভিত্তিত” মাধ্যমিক পৰ্যায়(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ)ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অসমীয়া ভাষাত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ “অসমীয়া জাতি গঠনত চাওলুং ছ্যু-কা-ফাৰ অৱদান” শীৰ্ষক বিষয়বস্তু সন্দৰ্ভতপ্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0