Home ৰাজ্যজাজৰিত আত্ম সহায়ক গোটৰ প্ৰশিক্ষণ শিবিৰ

জাজৰিত আত্ম সহায়ক গোটৰ প্ৰশিক্ষণ শিবিৰ

by News Desk
151 views
A+A-
Reset

জাজৰিঃ জাজৰিত অনুষ্ঠিক হয় আত্ম সহায়ক গোটৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ৷ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধিনত দলংঘাট উন্নয়ন খণ্ডই দক্ষিন জাজৰিৰ ৰাজহুৱা মঞ্চত বৃহস্পতিবাৰে আত্ম সহায়ক গোটৰ এটি এদিনীয়া প্ৰশিক্ষণ শিবৰ অনুষ্ঠিত কৰে৷

প্ৰায় ১৫ টা পঞ্জীয়নকৃত মহিলা আত্মসহায়ক গোটৰ সদস্যাৰ উপস্থিতিত গ্ৰাম্য মহিলা সকলে গ্ৰাম্য অৰ্থনীতিৰ লগতে নিজকে স্বাৱলম্বী  কেনেদৰে হ’ব এই সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে শিবিৰত৷ সমন্বয়ক কল্যান কুমাৰ সোনোৱাল আৰু গ্ৰাম্য সেৱিকা ৱাহিদা ৰহমানে। প্ৰশিক্ষণত উপস্থিত থাকে ব্লক মিচন মেনেজমেণ্ট ইউনিটৰ পৰিচালিকা টিনামুনি দত্ত, শংকৰ-আজান গ্ৰাম্য সংগঠনৰ সভানেত্রী চুমী দাস বৰদলৈয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0