73
গুৱাহাটীঃ আধুনিক ভাৰতৰ নিৰ্মাতা লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীত উপলক্ষে মঙলবাৰে পূৱা শান্তি বাৰ্তা প্ৰেৰণ আৰু সংহতি ৰক্ষাৰ বাবে মূখ্যমন্ত্ৰী সৰ্বনন্দ সোনোৱালে উলিয়ায় ‘একতাৰ দৌৰ’৷ য’ত অংশ গ্ৰহন কৰে মূখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আমোলা আৰু ভিআইপিয়ে৷
