Home ৰাজ্যমাত্ৰ ৯ মাহতে জহি-খহি গ’ল ৫০ লাখটকীয়া পথ

মাত্ৰ ৯ মাহতে জহি-খহি গ’ল ৫০ লাখটকীয়া পথ

by News Desk
72 views
A+A-
Reset

পূব বৰপেটাঃ মাত্ৰ ৯ মাহতে জহি-খহি গৈছে ৫০ লাখটকীয়া পথ । পূব-বৰপেটাৰ গূৰুত্বপূৰ্ণ পথসমূহৰ ভিতৰত অন্যতম গূৰুত্বপূৰ্ণ পথ হৈছে চেঙা বহৰি পথছোৱা । বৰপেটা-দৌলাশাল -হীজো-গুৱাহাটী গড়কাপ্তানি পথৰ সৈতে সংযোগ এই চেঙা-বহৰি পথটোৰ সামগ্ৰিক দুৰৱস্থাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ প্ৰতিজন লোকে যন্ত্ৰণাৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে ।

মাত্ৰ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো জহি-খহি যোৱাৰ লগতে পথৰ মাজতে সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত । চেঙা সমষ্টিৰ বাণিজ্যিক কেন্দ্ৰ তাৰাবাৰীলৈকে প্ৰতিদিনে এই পথটোৰে গাড়ী-মটৰৰেৰে বহুসংখ্যক লোকে অহা যোৱা কৰে । আনহাতে¸ স্কুল অথবা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও গাড়ী-মটৰ অথবা চাইকেলেৰে এই পথটোৰে প্ৰতিদিনে যাতায়াত কৰি আহিছে¸ কিন্তু পথটোৰ শোচনীয় অৱস্থাৰ ফলত এনেদৰে যাতায়াত কৰা লোক সকলে দৈনন্দিন যাত্ৰা বিষময় তথা বিৰক্তিকৰ হৈ উঠিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0