মিছামাৰীৰ ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা

Home ৰাজ্যমিছামাৰীৰ ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা

মিছামাৰীৰ ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা

by News Desk
58 views
A+A-
Reset

মিছামাৰীঃ মিছামাৰীৰ ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এখন স্বাস্থ্য বিষয়ক সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাত মেলেৰীয়া, ডেংগু, জাপানীজ এনকেফেলাইটিজ, ফাইলেৰীয়া আদি ৰোগ সন্দৰ্ভত সতৰ্কতা মূলক পৰামৰ্শ আগবঢ়ায় স্বাস্থ্য বিভাগৰ লোকে।

সজাগতা সভাত স্বাস্থ্য বিভাগৰ কৰ্মী কুমাৰ বৰ্মন, মৃদুল কলিতা আৰু হেৰম্ব পাটগিৰিয়ে মহামাৰী ৰূপী ৰোগ সমুহৰ পৰা হাত সাৰিবলৈ সতৰ্কতা আৰু সুৰক্ষাৰ বিভিন্ন উপায় ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। সজাগতা অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰধান শিক্ষক কনক দাস, জ্যেষ্ঠ তথা কৃতী শিক্ষক চক্ৰপাণি উপাধ্যায় উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0