ঐশ্বৰ্যৰ চকুদান, এইবাৰ ১০০০ বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীক দুপৰীয়াৰ আহাৰ

Home বিনোদনঐশ্বৰ্যৰ চকুদান, এইবাৰ ১০০০ বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীক দুপৰীয়াৰ আহাৰ

ঐশ্বৰ্যৰ চকুদান, এইবাৰ ১০০০ বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীক দুপৰীয়াৰ আহাৰ

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ  ৪৪ বছৰ বয়সত ভৰি দিলে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়। এইবাৰ জন্মদিনত দৰিদ্ৰ শিশুক দিলে বিশেষ উপহাৰ। কেৰিয়াৰৰ আৰম্ভণিতে চকুদান কৰি এক নতুন নজিৰ গঢ়িছিল সুন্দৰীগৰাকীয়ে৷ কেৱল সুন্দৰতা বা অভিনয়ৰ মাজতে সোমাই থকা নাই বিশ্ব সুন্দৰীগৰাকীয়ে৷ আগবাঢ়ি আহিছে সমাজৰ কাম কৰাৰ বাবেও৷ চকুদানৰ পিছত এইবাৰ ৪৪ তম জন্মদিন পালন কৰি ঘোষণা কৰিলে বিশেষ ভাবে। এবছৰ ১ হাজাৰখন বিদ্যালয়ত দুপৰীয়াৰ আহাৰৰ যোগান ধৰৰা কথা ঘোষণা কৰিছে ঐশ্বর্য ৰায় বচ্চনে।

ISKON-এ পৰিচালনা কৰা অন্নামৃত ফাউণ্ডেছনক এই অৰ্থ দান কৰিছে ঐশ্বৰ্যই। বিদ্যালয়ত দুপৰীয়াৰ আহাৰৰ প্রকল্প পৰিচালনা কৰে অন্নামৃত ফাউণ্ডেছনে। মুম্বাইৰ প্রায় ৫০০খন পৌৰ নিগমৰ বিদ্যালয়ৰ লগতে মহাৰাষ্ট্রৰ প্রায় ২০০০ খন বিদ্যালয়ত ISKON-এ প্রতিদিনে জিৰণীৰ সময়ত দুপৰীয়াৰ আহাৰ হিচাপে পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে। এই অনুষ্ঠানক সাহায্য আগবঢ়াইছে ঐশ্বর্যই৷ এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে ISKON-ৰ আধ্যাত্মিক গুৰু ৰাধানাথ স্বামী মহাৰাজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0