Home গুৱাহাটীAPSC কেলেংকাৰী, গীতালি-সুনয়নাৰ আত্মসমৰ্পণ, নীলমনিৰ পুত্ৰৰ ৰাজৰ্ষিৰ নাই খবৰ

APSC কেলেংকাৰী, গীতালি-সুনয়নাৰ আত্মসমৰ্পণ, নীলমনিৰ পুত্ৰৰ ৰাজৰ্ষিৰ নাই খবৰ

by News Desk
69 views
A+A-
Reset

গুৱাহাটীঃ আৰক্ষীৰ পৰা হাত সাৰি যোৱাৰ সকলো বাট হেৰুৱাই অৱশেষত ৰাজনৈতিক প্ৰভাৱশালী ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেৱে বিশেষ আদালতত আত্মসমৰ্পণ কৰে শুকুৰবাৰে৷ বিশেষ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে তেওক আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷ আনহাতে বিশেষ আদালতত আত্মসমৰ্পণ কৰে আন এগৰাকী ACS বিষয়া প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলেয়ে৷

গীতালি দলেকো আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷ যোৱা তিনিদিন ধৰি পলায়ণ কৰি আছিল ৫গৰাকী ACS-APS বিষয়াই৷ ইয়াৰে কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰীয়ে বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ এতিয়াও বহু বিতৰ্কিত প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা সহিতে কেইবাজনো ACS-APS বিষয়া আত্মগোপন কৰি আছে৷ সুনয়না আইদেউ আৰু গীতালী দলে সহিতে ২০ গৰাকী ACS-APS আৰক্ষীৰ জালত পৰিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0