কনিষ্টবলৰ ভগ্নীক অপহৰণ-প্ৰহাৰ, দহ দিন পিছতো গুৰুত্ব নিদিলে আৰক্ষীয়ে

Home ৰাজ্যকনিষ্টবলৰ ভগ্নীক অপহৰণ-প্ৰহাৰ, দহ দিন পিছতো গুৰুত্ব নিদিলে আৰক্ষীয়ে

কনিষ্টবলৰ ভগ্নীক অপহৰণ-প্ৰহাৰ, দহ দিন পিছতো গুৰুত্ব নিদিলে আৰক্ষীয়ে

by News Desk
107 views
A+A-
Reset

বঢ়মপুৰঃ ৰাজ্যত এতিয়া খোদ সুৰক্ষিত নহয় আৰক্ষীৰ পৰিয়ালৰ লোক৷ মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষাত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকল কৰ্তব্যৰ খাতিৰত ঘৰ খন এৰি বাহিৰত থাকিব লগা হয়৷ এই সময়ত তেওলোকে নিজৰ অঞ্চলটোৰ আৰক্ষী থানা খন তথা নিজৰ বিভাগটোৰ লোকসকলৰ ভৰষা কৰি কৰ্তব্য সম্পাদন কৰে৷ নিজৰ বিভাগৰ লোকক ভৰষা কৰি ঘৰৰ বাহিৰত থকা এগৰাকী আৰক্ষীৰ পৰিয়ালৰ লোকক দুৰ্বৃত্তই অপহৰণ কৰি নি মাৰ-ধৰ কৰাৰ ঘটনাক আৰক্ষী গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনা সংঘটিত হৈছে নগাওঁ জিলাত৷

জানিব পৰা মতে, চামগুৰিৰ মাগুৰমাৰিৰ অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ ভগ্নীয়ে নিজ ঘৰৰ পৰা কিছু নিলগৰ এখন মহাবিদ্যালয়ত পঢ়ে৷ নিতৌ মহাবিদ্যালয়লৈ অহা যোৱা কৰে আৰক্ষীৰ কনিষ্টবলৰ ভগ্নীগৰাকীয়ে৷ প্ৰায় দিন দিন পূৰ্বে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত তাইক অপহৰণ কৰে আবু কালাম নামৰ এজন যুৱকে৷ অপহৰণ কৰি আবু কালাম নিজৰ ঘৰত বন্দী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0