বেতবাৰীঃ যেন আবতৰীয়া পৰিবেশ দিৱস হে। কিয়নো আমাৰ ৰাজ্য খনৰ একাংশ লোকে কেৱল পৰিৱেশ দিৱসত হে বৃক্ষৰোপন কৰে। যাৰ বাবে কবলগীয়া হ’ল আবতৰীয়া পৰিৱেশ দিৱস বুলি৷ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ বেতবাৰী অঞ্চলৰ একাংশ লোকে বৃক্ষৰোপন কৰিলে।
আজিৰ দিনটোত নতুবা কাইলৈ আপুনি যদি শিৱসাগৰলৈ আহে তেন্তে গছ পুলি আপুনিও ৰুব পাৰিব। গছৰ পুলিৰো যোগান ধৰা হ’ব আপোনাক৷ পিচে বৃক্ষৰোপন কৰিবৰ বাবে আপুনি আন ঠাইলৈ যাব নালাগে।গাড়ীৰ পৰা ননমাকৈও পুলিটো আপুনি ৰোপন কৰিব পাৰিব।