58
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ চিথিলা ধেপধেপীৰ পৰা সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই অাজি এগৰাকী যুৱতী সহিতে কেএলঅ’ৰ ৩ লিংকমেন আটক কৰিবলৈ সক্ষম হৈছে ।
সেনা অাৰক্ষীৰ হাতত আটকাধীন কেএলঅ’ৰ লিংকমেন তিনিগৰাকী হ’ল ক্ৰমে ধেপধেপী গাঁওৰ হিতেশ্বৰী বৰুৱা(২২), হজেন্দ্ৰ বৰ্মন(২৫) অাৰু বিজয় বৰুৱা(১৯)।