Home ৰাজ্যৰাজ পথত মৃত্যুৰ কিৰিলি, ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৫

ৰাজ পথত মৃত্যুৰ কিৰিলি, ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৫

by News Desk
56 views
A+A-
Reset

খাৰুপেটীয়াঃ ইটােৰ পিছত সিটো দুৰ্ঘটনাই প্ৰাণ লৈছে মানুহৰ৷ পথৰ দুৰৱস্থাৰ বাবে নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ প্ৰাণ গৈছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত৷ ৰাইজে পথটো মেৰামতি কৰাৰ বাবে দীৰ্ঘ দিনে দাবী জনায় আহিছে যদিও ভ্ৰক্ষেপ নাই চৰকাৰৰ৷ মঙলবাৰে নিশাও যেন পথটোত ৰৈ আছিল খাপ পিটি ৰৈ আছিল মৃত্যুৱে৷

দৰঙৰ দলগাঁৱৰ বটাবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী এএছ-ডিএল-৩-চিআৰ-৬৭৬৮ নম্বৰৰ ৱাগনাৰ এখনে এএছ-১৪-চি-০৮০৬ নম্বৰৰ ট্ৰাকৰ সৈতে মুখামুখী সংৰ্ঘষ লাগে৷ ফলত ৱাগনাৰৰ ভিতৰত থকা নাদিম আনছাৰী, ইমাম আনছাৰী আৰু ওছমান আনছাৰী নামৰ তিনিজন লোকৰ থিতাতে মৃত্যু হয়৷ আন তিনিজন গুৰুতৰ ভাবে আহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0