Home ৰাজ্যপুনৰ অৰুণাচলীৰ বেদখল, নগাৰ সমানে সমানে অসমৰ ভূমিত তাণ্ডৱ চলাই গৈছে অৰুণাচলীয়ে

পুনৰ অৰুণাচলীৰ বেদখল, নগাৰ সমানে সমানে অসমৰ ভূমিত তাণ্ডৱ চলাই গৈছে অৰুণাচলীয়ে

by News Desk
68 views
A+A-
Reset

বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে অসমৰ সীমাৰ সংঘাত নতুন নহয়৷ বছৰ বছৰ ধৰি প্ৰতিখন চৰকাৰে এই সমস্যাক ৰাজনৈতিক কাৰণত সমাধানৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ লগতে এই সমস্যাক জীয়াই ৰাখি নিৰ্বাচনৰ ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হয়৷ অসম-নাগালেণ্ড সীমান্ত, অসম অৰুণাচল সীমান্তত দীৰ্ঘ দিনৰ পৰা সীমা সমস্যাক লৈ অশান্তিৰ পৰিবেশৰ সৃষ্টি হৈ আহিছে৷ বহু মানুহৰ প্ৰাণ গৈছে৷ সম্পত্তি নষ্ট হৈছে৷

দুৰ্বৃত্ত বহু সম্পত্তি দখল কৰিছে৷ সীমান্তত বসবাস কৰা অসমীয়াৰ চাহ গছ কাটি, তামোলৰ গছ কাটি তাণ্ডৱ অব্যাহত ৰাখিছে দুৰ্বৃত্তই৷ অসমৰ ভূমিৰ ভিতৰলৈ সোমাই আহি অসমৰ ভূমি দখল কৰি আহিছে দুয়ো খন চুবুৰীয়া ৰাজ্যই৷ এনে সময়তে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তি কৰি বৃহত্তৰ নাগালিম গঠনৰ কথা দিশে আগবাঢ়িছে কেন্দ্ৰ চৰকাৰ আৰু NSCN-এ৷ অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং বুলি উমান লাভ কৰি ৰাজপথলৈ ওলাই আহি দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0