Home ৰাজ্যচাবুৱাৰ ৰাজ পথত জ্বলিল মুখ্যমন্ত্ৰী-বনমন্ত্ৰীৰ প্ৰতিকৃতি

চাবুৱাৰ ৰাজ পথত জ্বলিল মুখ্যমন্ত্ৰী-বনমন্ত্ৰীৰ প্ৰতিকৃতি

by News Desk
54 views
A+A-
Reset

চাবুৱাঃ শুকুৰবাৰে চাবুৱাৰ ৰাজ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে৷ গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই৷

জাতি, মাটি, ভেঁটি ৰক্ষাৰ্থে গঠিত খিলঞ্জীয়াৰ চৰকাৰ খনে থলুৱাক উচ্ছেদ কৰাৰ লগতে উচ্ছেদৰ বিৰুদ্ধে তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বেদান্ত লস্কৰ, ছাত্ৰ মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ আৰু গুপী শইকীয়াক অগনতান্ত্ৰিকভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠন দুটাই৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0