Home ৰাজ্যবৰপেটাৰ ‘আলোড়ন’ আহিল নলবাৰীলৈ

বৰপেটাৰ ‘আলোড়ন’ আহিল নলবাৰীলৈ

by News Desk
58 views
A+A-
Reset

নলবাৰীঃ বৰপেটা জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘আলোড়ন’ৰ এটি দল শনিবাৰে নলবাৰী জিলালৈ আহে৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে নলবাৰী চহৰৰ শান্তি নিবাস অনাথ আশ্ৰম উপস্থিত হৈ বৃদ্ধ ককা, আইতা, কণ কণ শিশু সকলৰ সৈতে সময় অতিবাহিত কৰে৷

‘আলোড়নৰ’ সভাপতি মৃদুল কুমাৰ তালুকদাৰ, সম্পাদক অভি দেউৰী, বিষয়-ববীয়া লিলি ওজা, তুলিকা বৰ্মন, কংকন দাস, কাজল দাস, ডিম্পল দাস, ৰাখল চন্দ্ৰ দাস, কৃষ্ণাংগ সাউদ, টিপু চুলতান, মানৱজৌতি গোস্বামীয়ে অনাথ আশ্ৰমত  উপস্থিত হৈ আৱাসীসকলকত জাৰৰ কাপোৰ ফল-মূল বিতৰণ কৰে। আনহাতে বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী ৰাতুল দেৱ শৰ্মাও উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0