Home গুৱাহাটীশ্বহীদ প্ৰণামো তোমাক

শ্বহীদ প্ৰণামো তোমাক

by News Desk
299 views
A+A-
Reset

গুৱাহাটীঃ শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। হয়, তাহানিত ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে নুমলী জীক বচোৱা তথা সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা।

অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুন্ঠবোধ নকৰা প্ৰথমগৰাকী শ্বহীদক অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ জাতিক জগাই তোলা শ্বহীদগৰাকীক জাতিয়ে সদায় স্মৰণ কৰি থাকিব৷ নিজ জাতি, মাটি, আপোন মানুহৰ বাবে প্ৰাণ বিসৰ্জণ দিয়া শ্বহীদগৰাকীয়ে নিজৰ প্ৰাণ গলে যাব পাৰে কিন্তু  জাতিৰ সৈতে আপোচ কৰা নহ’ব বুলি ঘৰৰ পৰা ওলাই আহি শ্ল’গানেৰে হাজাৰ হাজাৰ লোকৰ সৈতে ৰাজ পথত উত্তাল কৰি তুলিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0