73
তিনিচুকীয়াঃ জৰাজীৰ্ণ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ। নিৰ্মাণৰ তিনিমাহ নৌহওঁতেই ঘাই পথটোৰ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় অভিমুখী অংশৰ য’তে-ত’তে দেখা গৈছে বৃহত ফাট। ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে বাহন চালক আৰু পথচাৰীসকল।
মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে পথৰ দুৰৱস্থা