Home ৰাজ্যনগাঁৱত ইউৰেকাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱত ইউৰেকাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

by News Desk
69 views
A+A-
Reset

নগাঁওঃ নগাঁও চহৰৰ মুক্তিযুজাঁৰু ভৱনত ইউৰেকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। ‘অসমীয়া ভাষা আৰু নৱপ্ৰজন্মৰ দায়বদ্ধতা’ শীৰ্ষক বিষয়ত অনুষ্ঠিত আলোচনা-চক্ৰখন সঞ্চালনা কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সাগৰ বৰুৱাই ৷

আলোচক হিচাপে উপস্থিত থাকে অধ্যাপক ড° জোনাৰাম নাথ, কবি শান্তনু বৰা, সাহিত্যিক ডাঃ ৰেজাউল কৰিম, অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰেন বৰা, চিন্তাবিদ মুছাৰফ হুছেইন কবিৰ, ইউৰেকাৰ সভাপতি ভাস্কৰ ভৰালী আৰু নগাঁও জিলা মুক্তিযুজাঁৰু সন্মিলনীৰ সাধাৰণ সম্পাদক বাবুল শইকীয়া৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0