Home ৰাজ্যফুটবলৰ জ্বৰত আক্ৰান্ত শিৱসাগৰ জিলাৰ আমগুৰি

ফুটবলৰ জ্বৰত আক্ৰান্ত শিৱসাগৰ জিলাৰ আমগুৰি

by News Desk
63 views
A+A-
Reset

আমগুৰিঃ ফুটবলৰ জ্বৰত আক্ৰান্ত শিৱসাগৰ জিলাৰ আমগুৰি৷ কেৱল আই এছ এলেই নহয়, ৰাজ্যৰ চুকে কোণে এতিয়া ফুটবলৰ বতাহ। শিৱসাগৰৰ আমগুৰিত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে ফুটবলৰ জনপ্ৰিয়তা৷ শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হৈছে কেইবাখনো ফুটবল প্ৰতিযোগিতা৷

আমগুৰিত সদৌ অসম ফুটবল সন্থাৰ তত্বাৱধানত, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগিতাত আৰু আমগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা। সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে এক বৰ্ণাঢ্য আয়োজনৰ মাজেৰে প্ৰতিযোগিতাখন আৰম্ভ হয়। আমগুৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত উদ্ধোধনী মেচত তিতাবৰ ফুটবল একাদশে শিৱসাগৰ একাদশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0