72
বোকাজানঃ ৰাজ্যৰ ৰাজ পথত এতিয়া মৃত্যুৰ কিৰিলি৷ প্ৰতিদিনে ৰাজ পথত পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰায় ২০গৰাকী কৈ লোকৰ মৃত্যু হৈ আহিছে৷ চৰকাৰ তথা প্ৰশাসনে এই কথাত গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷ ঘন কুঁৱলি তথা পথৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনে ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চৰকাৰে চালকক সজাগ কৰিবলৈ যেনে ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে পদক্ষেপ লোৱা দেখা নাযায়৷
