61
মাৰ্ঘেৰিটাঃ ৰাজ্যত প্ৰতিদিনে পথ দুৰ্ঘটনাত মানুহৰ মৃত্যু হৈ অহাৰ সময়তে এইবাৰ গাড়ীৰ খুন্দাত মৃত্যু হ’ল বাঘৰ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পাৱৈ ৰেলৱে ষ্টেছনৰ সমীপত ৰাষ্ট্রীয় ঘাইপথত গাড়ীৰ খুন্দাত মৃত্যু হয় নাহৰফুটুকীৰ৷
