56
ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ বালাগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্র বেগী বলেৰ’ পিক আপ ভানে এজন পথচাৰিক খুন্দা মৰাৰ ফলত গুৰুতৰ বাৱে আহত হয়৷
বুধবাৰে AS-14-B-6896 নম্বৰৰ বলেৰ’ পিক আপ ভান খনৰ খুন্দাত আহত অচিনাক্ত লোকজনক ৰঙিয়া সামূহিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।