বাংলাদেশীক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ, ৰাজ্যজুৰি যুৱ-ছাত্ৰৰ প্ৰধানমন্ত্ৰীক ঘেৰাও

Home ৰাজ্যবাংলাদেশীক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ, ৰাজ্যজুৰি যুৱ-ছাত্ৰৰ প্ৰধানমন্ত্ৰীক ঘেৰাও

বাংলাদেশীক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ, ৰাজ্যজুৰি যুৱ-ছাত্ৰৰ প্ৰধানমন্ত্ৰীক ঘেৰাও

by News Desk
72 views
A+A-
Reset

ৰঙিয়া/নলবাৰী/মঙলদৈ/চৰাইদেউ/কাজিৰঙাঃ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷ যোৱ দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপি দলে অসমৰ ৰাইজৰ গণ সংগ্ৰামক সন্মান নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জনসাধৰণ৷

বানপানী, গৰাখহনীয়া, হাতীৰ উপদ্ৰৱ, শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাটৰ সমস্যাত ককবকাই থাকিব লগা হোৱা অসমীয়াই আজি এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ তাৰ মাজতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ সংগঠনটোৱে সৰৱ হৈ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0