কৃষ্ণকান্ত ডেকা সোঁৱৰণী ফুটবলত ভোমোৰাগুৰি লালুংগাঁও চেম্পিয়ন

Home ক্ৰীড়াকৃষ্ণকান্ত ডেকা সোঁৱৰণী ফুটবলত ভোমোৰাগুৰি লালুংগাঁও চেম্পিয়ন

কৃষ্ণকান্ত ডেকা সোঁৱৰণী ফুটবলত ভোমোৰাগুৰি লালুংগাঁও চেম্পিয়ন

by News Desk
69 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ ৰাইদঙীয়া আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত কৰচুং ছহিদ স্মৃতি খেলপথাৰত অনুষ্ঠিত হোৱা কৃষ্ণকান্ত ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী চলন্ত কাপ ফুটবল প্ৰতিযোগিতাত ভোমোৰাগুৰি লালুংগাঁও ফুটবল ক্লাৱে চেম্পীয়নৰ খিতাপ অৰ্জন কৰিছে৷

দেওঁবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ অন্তিমখন খেলত ভোমোৰাগুৰিয়ে চকলাঘাট ইয়ং ষ্টাৰ ক্লাৱক ৩-০ গ’ল ব্যৱধানত পৰাস্ত কৰে৷ খেলখনত বিজয়ী দলৰ হৈ হানান কাকতি, নয়ন বৰদলৈ আৰু অমৰজ্যোতি বৰদলৈয়ে একোটাকৈ গ’ল দিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0