97
গুৱাহাটীঃ যোৱা ২৪ ঘন্টাত ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰা ফটো খনত এজন যুৱক আৰু এটা আৱক্ষ প্ৰতিমূৰ্তি দেখা যায়৷
