57
ধুবুৰীঃ মাথো কিছুদিন পূৰ্বে খেতি পথাৰত দুজন লোকক বাঘে আক্ৰমণ কৰাৰ লগতে হাতে হাতে লাঠী লৈ বাঘ হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি মাৰ নৌযাওঁতেই পুনৰ ধুবুৰী জিলাৰ গৌৰীপুৰত বাঘৰ আতংকত নিদ্ৰাহৰণ হৈছে শ-শ লোকৰ৷
জিলা খনৰ ব্ৰহ্মপুত্ৰৰ দাতিৰ চৰ এলেকাত নাহৰফুটুকিয়ে জনাঞ্চলত প্ৰবেশ কৰি বিচৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়৷