63
বোকাজানঃ কাৰ্ব পাহাৰতত কাৰ্টনে কাৰ্টনে বিদেশী সুৰা জব্দ কৰে আবকাৰী বিভাগে। ৰাজ্য চৰকাৰে নৱবৰ্ষৰ প্ৰথমটো দিন তথা পহিলা জানুৱাৰীৰ দিনটো সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰিছে চৰকাৰে।
অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ১ জানুৱাৰীত সুৰা নিষিদ্ধ দিন ঘোষণা কৰি জিলাখনৰ সকলো আবকাৰী পণ্যগাৰ দেশীয় সুৰাৰ মহল, বিপনী, ভাৰতত তৈয়াৰী বিদেশী সুৰাৰ দোকান আদিলৈ সুৰাৰ পাইকাৰী নতুবা খুচুৰা বিক্ৰী বন্ধ ৰাখিবৰ বাবে জাননী জাৰি কৰাৰ সময়তে জব্দ হ’ল বিদেশী সুৰা।