Home ৰাজ্যধুবুৰীত পথ দুৰ্ঘটনাত, নিহত ২, ৰাইজৰ উত্তাল প্ৰতিবাদ

ধুবুৰীত পথ দুৰ্ঘটনাত, নিহত ২, ৰাইজৰ উত্তাল প্ৰতিবাদ

by News Desk
A+A-
Reset
b54bb150-7d9a-4d98-a5d2-af944057ff69

ধুবুৰীঃ ধুবুৰী জিলাৰ নিউপানবাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ ২ জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয়৷ গোৱালপাৰা অভিমুখে আহি থকা AS-13C-3533 নম্বৰৰ যাত্ৰীবাহী বাছ এখনে দ্ৰুত গতিত গৈ থকাৰ অৱস্থাত প্ৰকাণ্ড গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে৷

ফলত গাড়ীখনৰ হেণ্ডিমেন আৰু এজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ স্থানী লোকে ততাতৈয়াকৈ আহত লোকসকলক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ ঘটনাস্থলিত বগৰীবাৰী আৰক্ষী প্ৰায় ডেৰঘন্টা পলমকৈ আহি উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি গাড়ীৰে নিব খোজেতেই স্থানীয় লোক উত্তেজিত হৈ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0