Home ৰাজ্যদৰঙত দুৰ্ঘটনাত পতিত হ’ল বনভোজৰ খাবলৈ যোৱা দলৰ গাড়ী

দৰঙত দুৰ্ঘটনাত পতিত হ’ল বনভোজৰ খাবলৈ যোৱা দলৰ গাড়ী

by News Desk
67 views
A+A-
Reset

দলংঘাটঃ নতুন বছৰ আগমনৰ লগে লগে সকলোৰে এটাই কথা মনলৈ আহে  সেয়া হ’ল বনভোজ৷ ঘৰতে হওক নতুবা বাহিৰতে হওঁক সকলোৱে এসাজ বনভোজ খাই আনন্দ কৰে৷ কিন্তু তাৰে মাজতে বনভোজ খাবলৈ গৈ বিভিন্ন ঠাইত দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাই বহু লোকৰ।

দৰং জিলাৰ পাথৰিঘাটৰ পৰা ভৈৰৱ কুণ্ডলৈ বনভোজ খাবলৈ যোৱা এটা দল দুৰ্ঘটনাত পতিত হোৱাত অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি হৈছে। পাথৰিঘাটৰ পৰা আহি থকা অৱস্থাত দৰঙৰ বোক্ৰাঝাৰত দুৰ্ঘটনাত পতিত হয় বনভোজ খাবলৈ যোৱা দলৰ গাড়ী। ভৈৰৱ কুণ্ডৰ উদ্দেশ্যে গৈ থকা বনভোজ যাত্ৰীৰ দলটোৰ এখন গাড়ী পথৰ পৰা বাগৰি পৰাত কেইবাজনো লোক গুৰুতৰ ভাৱে আঘাত পোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0