Home বাণিজ্যবেংকৰ গ্ৰাহকলৈ সুখবৰ, ছেভিংছ একাউন্টৰ নিম্নতম বেলেঞ্চ হ্ৰাস কৰিব SBI-এ

বেংকৰ গ্ৰাহকলৈ সুখবৰ, ছেভিংছ একাউন্টৰ নিম্নতম বেলেঞ্চ হ্ৰাস কৰিব SBI-এ

by News Desk
82 views
A+A-
Reset

ডিজেটেল ডেস্কঃ নতুন বছৰত ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকৰ বাবে আনিছে সুখবৰ। বেংক কৰ্তৃপক্ষই চহৰ অঞ্চলৰ গ্ৰাহকৰ ছেভিংছ একাউন্টত নিম্নতম জমাৰাশি ৩০০০ টকা থকাটো বাধ্যতামূলক কৰিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ চাপত পৰি নিম্নতম জমা টকাৰ পৰিমাণ কম কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ষ্টেট বেংকে৷

তথ্য অনুসৰি ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈ যিসকল গ্ৰাহকে নিম্নতম বেলেঞ্চ ৰাখিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ জৰিমণা বিহাৰ ফলত বেংকে লাভ কৰিছে ১৭৭২ কোটি টকা। ইপিনে এই তথ্য প্ৰকাশ পোৱাৰ পিছতে  নিয়ম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0