Home ৰাজ্যনগাৰ হাতত প্ৰাণ দিয়া প্ৰতিগৰাকী অসমীয়াক স্মৰণ কৰিলে সীমান্তবাসীয়ে

নগাৰ হাতত প্ৰাণ দিয়া প্ৰতিগৰাকী অসমীয়াক স্মৰণ কৰিলে সীমান্তবাসীয়ে

by News Desk
60 views
A+A-
Reset

উৰিয়ামঘাটঃ নগাৰ হাতত প্ৰাণ দিয়া প্ৰতিগৰাকী অসমীয়াক শুকুৰবাৰে স্মৰণ কৰে অসম-নাগালেণ্ড সীমান্তৰ অসমীয়াই৷ গোলাঘাট ধনশিৰি সীমান্ত গাঁওবুঢ়া সন্থাৰ উদ্যোগত উৰিয়ামঘাটত পালন কৰা শ্বহীদ দিৱসত স্মৰণ কৰে সীমান্তত নগাৰ হাতত প্ৰাণ দিয়া অসমীয়া লোকসকলক৷ ২৪৬ খন ৰাজহ গাঁৱৰ গাঁওবঢ়াৰ উপস্থিতিত  ধনশিৰি সীমান্ত গাঁওবুঢ়া সন্থাৰ কাৰ্যালয় প্ৰাংগনত ৩৯সংখ্যক শ্বহীদ দিৱস পালন কৰে।

সীমান্ত অঞ্চলৰ ২৪৬ জন গাঁওবুঢ়াৰ উপস্থিতিত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি হিৰেণ ৰাভাই। তাৰ পিছতেই সীমান্ত অঞ্চলত নগাৰ অাক্ৰমনত নিহত লোকসকলৰ স্মৃতিত শ্বহীদ তৰ্পন কৰা হয়। ১৯৭৯ চনৰে পৰা নগাৰ হাতত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে ৫ জানুৱাৰি তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি অাহিছে সীমান্তৰ ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0