হাৰিয়া নৈৰ পাৰত ৩০০-৫০০ টকাত বিক্ৰী হৈছে বিঘাই বিঘাই মাটি,...

Home ৰাজ্যহাৰিয়া নৈৰ পাৰত ৩০০-৫০০ টকাত বিক্ৰী হৈছে বিঘাই বিঘাই মাটি, সাজিছে নিশাৰ ভিতৰতে ঘৰ

হাৰিয়া নৈৰ পাৰত ৩০০-৫০০ টকাত বিক্ৰী হৈছে বিঘাই বিঘাই মাটি, সাজিছে নিশাৰ ভিতৰতে ঘৰ

by News Desk
78 views
A+A-
Reset

নগাঁওঃ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ আমচাঙত প্ৰশাসনে উচ্ছেদ অভিযান চলাই যুদ্ধ কৰিছিল সাধাৰণ ৰাইজৰ বিৰুদ্ধে৷ হাতে হাতে বন্দুক লৈ উপস্থিত হৈছিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক৷ দৰিদ্ৰ, শ্ৰমিক খটিখোৱা থলুৱাৰ ঘৰ ভাঙি চৰকাৰে তৃপ্তি লৈছিল৷ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈ আমচাঙত উচ্ছেদ কৰিছিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ সংখ্যক লোকক লৈ৷

কেৱল গুৱাহাটী মহানগৰীতে নহয় কাৰ্বি আংলং, তিনিচুকীয়া আদি ঠাইত উচ্ছেদ অভিান চলাই আহিছে৷ কিন্তু চৰকাৰে এফালৰ পৰা উচ্ছেদ চলাইছে আনফালে পুণৰ বেদখল কৰিছে একাংশ লোকে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ বৃহত্তৰ বৰক’লা অঞ্চলৰ দাঁতিৰে বৈ যোৱা হাৰিয়া নৈৰ পাৰৰ মৰাগুৰি জলাহৰ পাৰত একাংশ সন্দেহজনক নাগৰিকে বসতি স্থাপন কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0