Home ৰাজ্যচোৰাং তেল ব্যৱসায়ৰ সাম্ৰাজ্যৰ ১৪গৰাকীক ন্যায়িক জিম্মাত

চোৰাং তেল ব্যৱসায়ৰ সাম্ৰাজ্যৰ ১৪গৰাকীক ন্যায়িক জিম্মাত

by News Desk
57 views
A+A-
Reset

গৌৰীসাগৰ/শিৱসাগৰঃ অসমৰ আৰক্ষীৰ জালত পৰিল চোৰাং তেল ব্যৱসায়ৰ সাম্ৰাজ্যৰ ১৪গৰাকী লোক৷ উজনিৰ শিৱসাগৰ আৰক্ষীৰ অভিযানত জালত পৰে চেলিম আহমেদ সহ ১৪ চোৰাং তেলৰ ব্যৱসায়ী তথা জুৱাৰী৷ শিৱসাগৰত জুৱাকে ধৰি বিভিন্ন ব্যৱসায়ত জড়িত ১৪গৰাকী লোকৰ ভিতৰত শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্তওঁ আছে৷

শিৱসাগৰত জুৱাৰ ঘাটি চলাই থকা বুলি অভিযোগ উত্থাপন হৈ অহা চেলিম আহমেদ আৰু পৌৰ সভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত সহ ১৪ জুৱাৰীয়ে শিৱসাগৰৰ বগীদ’ল সিংহ দুৱাৰত নিশা জুৱাৰ আড্ডা পাতি জুৱা খেলি থকা অৱস্থাতে অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু নগৰ পৰিদৰ্শক উত্তম টামাঙৰ নেতৃত্বত চলোৱা অভিযানত জালত পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0