63
মোৰাঝাৰঃ হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত কাকী টঙিয়া হাফিজি মাদ্ৰাছাৰ এগৰাকী ছাত্ৰ যোৱা ৬ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
কাকী থানাৰ অন্তৰ্গত ২নং টঙিয়াৰ আব্দুল খালেকৰ একমাত্ৰ ১০ বছৰীয়া পুত্ৰ মোছাৰফ হুছেইনে ৬ দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈ আজিলৈকে ঘৰলৈ ওভতি অহা নাই৷