Home ৰাজ্যঅসমত আধাৰ কাৰ্ড, ডাকঘৰলৈ আহক আপোনাৰ আধাৰ কাৰ্ডৰ আৱেদন কৰক

অসমত আধাৰ কাৰ্ড, ডাকঘৰলৈ আহক আপোনাৰ আধাৰ কাৰ্ডৰ আৱেদন কৰক

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ড প্ৰদান কৰিছে যদিও অসমত প্ৰদান কৰা নাছিল আধাৰ কাৰ্ড৷ ২০০৯ চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰ তথা প্ৰধানমন্ত্ৰী মনমোহন সিঙে আধাৰ কাৰ্ডৰ প্ৰচলন কৰি দেশৰ নাগৰিকৰ বিশেষ চিনাক্তকৰণ তথা পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে প্ৰদান কৰিছিল এই কাৰ্ড৷

আধাৰ কাৰ্ডৰ জৰিয়তে বেংক একাউণ্ট, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স আদি লাভ কৰা ক্ষেত্ৰত চিনাক্তকৰণ তথ্য হিচাপে ব্যৱহাৰ হৈ আহিছে৷ আনকি বিদেশতো এজন লোকে নিজৰ পৰিচয় আধাৰ কাৰ্ড যোগে দিব পাৰিব যদিহে তেওৰ আধাৰ কাৰ্ড থাকে৷ আয়কৰ ৰিটাৰ্ণ, চিম কাৰ্ড ল’বলৈও প্ৰয়োজন হয় আধাৰ কাৰ্ডৰ। শেহতীয়াকৈ ২০১৮ চনৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা নতুন আৰু পুৰণি সকলো চিম কাৰ্ডৰ বিপৰীতে আধাৰ কাৰ্ড জমা দিব লাগিব বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0