Home ৰাজ্যনগাঁৱত আজমলে কলে, ধৰ্ম বেলেগ হ’লেও আমি অসমীয়া

নগাঁৱত আজমলে কলে, ধৰ্ম বেলেগ হ’লেও আমি অসমীয়া

by News Desk
55 views
A+A-
Reset

নগাঁওঃ বিজেপি এটা সাম্প্ৰদায়িক দল৷ অসমৰ সাতামপুৰুষীয়া একতা আৰু ভাতৃত্ববোধ বিনষ্ট কৰাৰ গভীৰ ষড়যন্ত্ৰত নামিছে বিজেপি দল৷ তেওঁলোকৰ মূল উদ্দেশ্য অসমক বেংগলী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ একতাৰ বান্ধোন আমি কেতিয়াও ভাঙিবলৈ নিদিও ৷ আমি সকলো এক হ’ব লাগিব৷ ধৰ্ম বেলেগ হ’লেও আমি অসমীয়া৷ অসমত আছো৷

এই মন্তব্য সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত টুকটুকীৰ কটহগুৰি মহাবিদ্যালয় খেলপথাৰত শনিবাৰে অনুষ্ঠিত হোৱা এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহন কৰি আজমলে লগতে কয় অসমক ধ্বংস কৰাৰ যি ব্লপ্ৰিন্ট বিজেপিয়ে ৰছনা কৰিছে তাক আমি প্ৰতিহত কৰিব লাগিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0