Home ৰাজ্যঅৰুণ ৰায় আক্ৰাছুৰ নতুন সভাপতি, কোকৰাঝাৰত সম্পন্ন একত্ৰিকৰণ

অৰুণ ৰায় আক্ৰাছুৰ নতুন সভাপতি, কোকৰাঝাৰত সম্পন্ন একত্ৰিকৰণ

by News Desk
74 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা ফেলপথাৰত অনুষ্ঠিত আক্ৰাছুৰ দ্বি-বাৰ্ষিক যৌথ অধিবেশন ইতিহাস হৈ ৰ’ল কােচ-ৰাজবংশী জনগোষ্ঠীৰ বাবে। আক্ৰাছুৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা একত্ৰিতকৰণ অধিবেশনত আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকি এক আৱেগিক পৰিৱেশত সংগঠনটোকে একত্ৰিত কৰে।

দেওবাৰে বহু প্ৰতিক্ষাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷ আক্ৰাছুৰ নতুন সমিতি গঠন কৰাৰ বাবে দেওবাৰে প্ৰতিনিধি সভাই আক্ৰাছুৰ পৰবৰ্তী দুইবছৰীয়া কাৰ্যকালৰ বাবে অৰুণ ৰায়ক সভাপতি হিচাপে নিৰ্বাচিত কৰে। আক্ৰাছুৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হয় গোকুল বৰ্মন। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত অনুষ্ঠিত আক্ৰাছুৰ যৌথ প্ৰতিনিধি সভাত প্ৰতিনিধিয়ে নিৰ্বাচন কৰে সভাপতি, সম্পাদকক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0