73
গুৱাহাটীঃ ওদালগুৰি নগৰৰ পৰা ২৪ কিঃ মিঃ উত্তৰে প্রাকৃতিক সৌন্দৰ্য্যৰ ভৰপুৰ ৰম্যভূমি খ্যাত ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে সীমান্ত এলেকা অনুষ্ঠান অৰ্থাৎ বৰ্ডাৰ এৰিয়া প্ৰ’গ্ৰাম অনুষ্ঠিত হৈ যায়।
