Home ৰাজ্যমঙলবাৰে দিল্লীত যুথ ৰেলী, আৰম্ভ হ’ব পাৰে নতুন বিৰোধী ৰাজনীতিৰ সমীকৰণ

মঙলবাৰে দিল্লীত যুথ ৰেলী, আৰম্ভ হ’ব পাৰে নতুন বিৰোধী ৰাজনীতিৰ সমীকৰণ

by News Desk
56 views
A+A-
Reset

দিল্লীঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলি দেশত ব্যাপক চৰ্চা হৈছে৷ বছৰি ২ কোটি নিৱনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মোডী চৰকাৰে বছৰত দুই লাখো চাকৰি দিব পৰা নাই বুলি চৰ্চা হৈছে৷ পূৰ্বৰ চৰকাৰে দিয়া চাকৰিৰ সমানো চাকৰি দিবলৈ সক্ষম হোৱা নাই এইখন বিজেপি চৰকাৰে৷ দেশত ধৰ্মৰ নামত, জাতিৰ নামত, খাদ্যৰ নামত, লাভ জিহাদৰ নামত হত্যা, হিংসা অত্যাচাৰ হৈ অহা হে দেখা গৈছে৷

যাৰ ফলত দেশৰ যুৱ প্ৰজন্ম তথা দেশৰ সচেতন মহল চিন্তিত হৈ পৰিছে৷ এনেবোৰ কাৰণ তথা চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে মঙলবাৰে দিল্লীত সমবেত হ’ব দেশৰ যুৱ প্ৰজন্ম৷ দেশৰ যুৱ প্ৰজন্মই কপাব দেশৰ ৰাজধানী৷ দেশৰ বৰ্তমানৰ যুৱ প্ৰজন্মৰ নেতা গুজৰাটৰ নিৰ্দলীয় বিধায়ক, দলিত আন্দোলনৰ নেতা জিগনেছ মেৱানী, অসমৰ কৃষক নেতা অখিল গগৈ, ছাত্ৰ নেত্ৰী চেহলা ৰশ্বিদ, বেজুৱাদা উইলছন, ছাত্ৰ নেতা ওমৰ খালিদ, লক্ষ্নৌৰ পূজা শুক্লা, ভোজপুৰৰ মনোজ মঞ্জিল সহ কেইবাগৰাকী যুৱ নেতাৰ উপস্থিতিত মঙলবাৰে সংসদ ভৱনৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0