Home ৰাজ্যজকাইচুকত তামোল-নাৰিকল গছত চাৰিটা মাটিৰ চপৰা ‘দলি মৰা’ গছত নৰা বন্ধা পৰম্পৰা

জকাইচুকত তামোল-নাৰিকল গছত চাৰিটা মাটিৰ চপৰা ‘দলি মৰা’ গছত নৰা বন্ধা পৰম্পৰা

by News Desk
78 views
A+A-
Reset

নগাঁওঃ অসমীয়া জাতি নানা পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী৷ পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী অসম খন সদায় শুৱনি হৈ আছে৷ সাম্প্ৰতিক সময়ত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

তথাপিও কিছু পুৰণি পৰম্পৰা ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই থকা পৰিলক্ষিত হৈছে৷ এইবোৰৰ মাজেৰে এটি পুৰণি পৰম্পৰা হৈছে মাঘ বিহুত ‘গছত নৰা বন্ধা’ আৰু ‘দলি মৰা’ পৰম্পৰা৷ ঠায়ে ভেদে এই আদিম পৰম্পৰা পালন কৰাৰ ক্ষেত্ৰত সামান্য অমিল থকা দেখা যায় যদিও ইয়াৰ মূল উদ্দেশ্য একেটাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0