63
ৰঙিয়াঃ আগশাৰীৰ ফুটবল ৰেফাৰী তথা ৰঙিয়াৰ সমাজকৰ্মী আব্দুল মালিক শইকীয়াই দেওঁবাৰে অকাল মৃত্যুক আকোৱালি লয়৷
ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ৰেফাৰী তথা সমাজকৰ্মী আব্দুল মালিক শইকীয়াই ৪২ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱাত ৰঙিয়াত শোকৰ ছাঁ পৰে৷ দীৰ্ঘ দিনৰ পৰা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়াই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ চিকিৎসা কৰি আছিল যদিও দেওবাৰে মৃত্যুক আকোৱালি লয়৷