54
ৰঙিয়াঃ সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে ৰঙিয়াৰ ৰাইজ৷ ইটোৰ-পিছত সিটো দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে বহু লোকৰ৷ ৰাজ পথত আৰক্ষীয়ে পহৰা নিদিয়াৰ ফলতেই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
একাংশ চালকে যান-বাহনৰ নীতি-নিয়ম মানি নচলাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে মঙলবাৰে ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফ্লাই অ’ভাৰত টেম্পই মহতিয়াই নিয়ে বাইক আৰোহীক।