Home ৰাজ্যচৰকাৰৰ সদিচ্ছা হ’বনে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি ৰক্ষা কৰিবলৈ

চৰকাৰৰ সদিচ্ছা হ’বনে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি ৰক্ষা কৰিবলৈ

by News Desk
85 views
A+A-
Reset

দিচাংমুখঃ অসমীয়া জাতিৰ নিজস্ব ইতিহাস আছে৷ অসমীয়াৰ জাতিৰ পূৰ্বপুৰুষসকল চহকী আহিল৷ সেই কথা নতুনকৈ কোৱাৰ নাইবা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই৷ ইতিহাস ফহিয়াই চালে এই কথা জল-জল পট পট কৈ ওলাই পৰে৷ উজনি-নামনিৰ ইতিহাস তথা ইতিহাস সম্বলিত সমল সমূহ উনুকিয়াই চালে সকলো স্পষ্ট হৈ পৰে৷ শংকৰদেৱৰ কালৰ পৰা চালে অসমীয়া জাতিৰ পূৰ্বপুৰুষ যে চহকী আছিল সেই কথা স্পষ্ট হৈ পৰে৷ গাত, মাত, নৃত্য, সাহিত্য, যুদ্ধত পাকৈত আছিল সেই কথা নতুনকৈ কোৱাৰ প্ৰযোজন নাই৷

ৰাজ্যৰ খনৰ বিভিন্ন ঠাইত আজিও আছে পূৰ্বপুৰুষৰ স্মৃতি চিহ্ন সমূহ সজীৱ হৈ৷ আৰিমত্ত ৰজা, কোচ ৰজা কালৰ কথাই কওঁ নাইবা ৬০০ বছৰীয়া আহোমৰ শাসন কালৰ কথাই কওঁ পূৰ্বপুৰুষ সকলে অলেখ সমল এৰি থৈ গৈছে৷ যি সমূহ আমাৰ অমূল্য সম্পদ৷ বিশষকৈ আহোম ৰজাৰ কালত পূৰ্বপুৰুষে বহু সমল বহু স্মৃতি এৰি থৈ গৈছে৷ যাক লৈ আমি গৌৰৱ কৰো৷ যি সমূহ আমাৰ আৱেগ-অনুভূতি৷ কিন্তু আমাৰ আৱেগ অনুভূতি সুৰক্ষিত হৈ আছেনে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0