Home ৰাজ্যগ্ৰন্থ পঢ়াৰ বিপ্লৱ কৰা প্ৰেৰণাই সংৰক্ষণ কৰিব স্মৰণিকা, স্মৃতিগ্ৰন্থ, কোষগ্ৰন্থ

গ্ৰন্থ পঢ়াৰ বিপ্লৱ কৰা প্ৰেৰণাই সংৰক্ষণ কৰিব স্মৰণিকা, স্মৃতিগ্ৰন্থ, কোষগ্ৰন্থ

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ গ্ৰন্থই এটা যুগৰ পৰা আন এটা যুগৰ বাবে ইতিহাস সংৰক্ষণ কৰে৷ গ্ৰন্থই মানৱ সৃষ্ট ঘটনা-পৰিঘটনা, বিজ্ঞান, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ-বিগ্ৰহ, স্মৰণীয় ঘটনাক, মানুহৰ জীৱনৰ কৰ্মৰাজীকে ধৰি সকলো কথাই সংৰক্ষণ কৰে৷ কিন্তু তাৰ বাবে হ’ব লাগিব গ্ৰন্থৰ সংৰক্ষণ৷

কিয়নো গ্ৰন্থ সংৰক্ষণ নহলে ইতিহাস আধৰুৱা হৈ ৰ’ব৷ ইতিহাস আধৰুৱা হোৱাই নহয় বিকৃত ইতিহাসৰ সাক্ষী হৈ ৰ’ব একো একোটা প্ৰজন্ম৷ ইটো প্ৰজন্মই সিটো প্ৰজন্মৰ ইতিহাস জানিবলৈ গ্ৰন্থ লিখি সংৰক্ষণ কৰি থৈ যাব লাগিব৷ কেৱল ইতিহাস সম্বলিত গ্ৰন্থই নহয় কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ ভাণ্ডাৰ সংৰক্ষণ হলে ৰস ল’ব পাৰিব নতুন প্ৰজন্মই৷ তেতিয়া মানুহৰ জীৱনৰ বাবে গ্ৰন্থ হৈ পৰিব অমূল্য সম্পদ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0