Home ৰাজ্যৰহা-বঢ়মপুৰ সমষ্টিত পৰিৱৰ্তন, জৰাজীৰ্ণ বাঁহৰ দলঙৰ পৰা পৰি ব্যৱসায়ীৰ মৃত্যু

ৰহা-বঢ়মপুৰ সমষ্টিত পৰিৱৰ্তন, জৰাজীৰ্ণ বাঁহৰ দলঙৰ পৰা পৰি ব্যৱসায়ীৰ মৃত্যু

by News Desk
65 views
A+A-
Reset

কামপুৰঃ ৰাজ্য চৰকাৰৰ চৰম হেমাহিৰ বাবে জীয়াতু ভূগিব লগা হৈছে এটি বৃহৎ অঞ্চলৰ ৰাইজে৷ এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে শ-শ লোকক৷ শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়তৰ বাবে বাঁহৰ দলং খন ব্যৱহাৰ কৰি আহিছে যদিও চৰকাৰৰ ভ্ৰুক্ষেপ নাই৷ পথ-দলঙৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷

ব্যৱসায়ীৰ লগতে কৃষক সকলোৰো দুৰ্ভোগৰ সীমা নহোৱা হৈছে। তৃষক, ব্যৱসায়ীয়ে বজাৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ আনিব লগা হোৱাৰ ক্ষেত্ৰত অধিক ধন আৰু কষ্ট ভোগ কৰিব লগা হৈছে। ৰোগীক পথটোৰে কিবা কাৰণত আনিব লগা হ’লে ৰোগীৰ অৱস্থা বেয়া হয়। খলাবমা আৰু দ’ গাতেৰে ভৰি পৰা পথটো আৰু দলং খন আছে কত৷ বিখ্যাত পথটো আৰু বাঁহৰ দলং খন আছে নগাঁও জিলাৰ কামপুৰৰ কান্দাপাৰা অঞ্চলত৷ বুধবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ কান্দাপাৰা নৈৰ বাঁহৰ দলং খনৰ পৰা পৰি এগৰাকী যুৱ ব্যৱসায়ীয়ে অকালতে প্ৰাণ দিব লগা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0