67
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উপ-নিৰ্বাচনত আজমেৰ আৰু আলৱাৰ লোকসভাৰ দুখন আসন সহ মণ্ডলগড় বিধানসভাৰ আসনতো জয়ী হ’ল কংগ্ৰেছ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ কিছু মাহ বাকী থকাৰ সময়তে কংগ্ৰেছৰ এই জয় বসুন্ধৰা ৰাজে চৰকাৰৰ বাবে চিন্তাৰ কাৰন হৈ পৰিছে৷
